June 15, 2025 2:09 PM
35
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, তেওঁৰ ত্ৰিদেশীয় ভ্ৰমণ হৈছে বন্ধু ৰাষ্ট্ৰ কেইখনক ভাৰতৰ সন্ত্রাসবিৰোধী যুদ্ধখনলৈ আগবঢ়োৱা সমর্থনৰ বাবে ধন্যবাদ জনোৱাৰ এটা সুযোগ
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, তেওঁৰ ত্ৰিদেশীয় ভ্ৰমণ হৈছে বন্ধু ৰাষ্ট্ৰ কেইখনক ভাৰতৰ সন্ত্রাসবিৰোধী যুদ্ধখনলৈ আগবঢ়োৱা সমর্থনৰ বাবে ধন্যবাদ জনোৱাৰ এটা সুযোগ। তেওঁ লগতে কয়, যে এই ভ্রমণে সকলো ধৰণৰ সন্ত্ৰাসবাদক উৎখাত কৰাৰ বাবে বিশ্বত সজাগতা সৃষ্টিত সহায় কৰিব। প্ৰধানমন্ত্রীয়ে আজি চাইপ্ৰাছ, কানাডা আৰু ক্ৰয়েছিয়া ভ্ৰমণৰ বাবে ৰাওনা হয়। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত তেওঁ চাইপ্ৰাছত উপস্থিত হ'ব। আজি পুৱা চাইপ্ৰাছ অভিমুখে নতুন দিল্লী এৰাৰ পূৰ্বে দিয়া এটা বিবৃতিত প্ৰধানমন্ত্ৰীয়ে কয়, যে তেওঁৰ এই ভ্...