August 23, 2025 2:05 PM August 23, 2025 2:05 PM
11
উৰিয়ামঘাটত উচ্ছেদিত অঞ্চলত নাগালেণ্ড আৰু অসম চৰকাৰৰ যৌথ প্রচেষ্টাত বনানীকৰণৰ পদক্ষেপ
উৰিয়ামঘাটত প্ৰশাসন আৰু বন বিভাগে উচ্ছেদ অভিযান চলোৱাৰ পাছত উচ্ছেদিত অঞ্চলসমূহত নাগালেণ্ড চৰকাৰ আৰু অসম চৰকাৰৰ যৌথ প্রচেষ্টাত বনানীকৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। আজি দুয়োখন চৰকাৰৰ প্ৰতিনিধিৰ উপস্থিতিত উচ্ছেদিত অঞ্চলসমূহত গছপুলি ৰোপণ কৰা হ'ব। এই কার্যসূচীত অসম চৰকাৰৰ হৈ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু নাগালেণ্ডৰ উপ-মুখ্যমন্ত্ৰী ৱাই পেটনকে ধৰি স্থানীয় বিধায়ক আৰু বন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰিব। সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে কালি এখন সংবাদমেল যোগে এই কথা প্ৰকাশ কৰাৰ লগতে উচ্ছেদিত অ...