November 7, 2025 8:05 PM

views 19

কাৰ্বি আংলং জিলাৰ ডিফুত বৃত্তিগত পাঠ্যক্ৰম সন্দৰ্ভত মাণ্ডলিক প্ৰদৰ্শনী

কাৰ্বি আংলং জিলাৰ ডিফুৰ উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত আজি দিনযোৰা কাৰ্যসূচীৰে বৃত্তিগত পাঠ্যক্ৰম সন্দৰ্ভত মাণ্ডলিক প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। ডিফুকে ধৰি জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছশৰো অধিক ছাত্র ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰা এই কাৰ্যসূচীত ড০ ভূপেন হাজৰিকা আঞ্চলিক ফিল্ম আৰু চিলিভিছন প্ৰতিষ্ঠানৰ বিভিন্ন বিভাগৰ মুৰববী অধ্যাপকসকল উপস্থিত থাকে। প্রতিষ্ঠানটোৰ কেইবাগৰাকীও প্রতিনিধিয়ে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে ফিল্ম আৰু টেলিভিছন প্ৰশিক্ষণৰ জৰিয়তে কেৰিয়াৰ গঢ়াৰ সম্ভাৱনা সম্পৰ্কে ভাৱ বিনিময় কৰে। প্ৰা...

April 9, 2024 12:35 PM

views 31

গুৱাহাটীৰ লোক নিৰ্মাণ বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰত ই ভি এম ব্যৱহাৰৰ প্রশিক্ষণ কাৰ্যসূচী

লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে গুৱাহাটী মহানগৰৰ দিছপুৰত থকা লোক নিৰ্মাণ বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰত কালি কামৰূপ মহানগৰ জিলাৰ নিৰ্বাচন এলেকাৰ বাবে ই ভি এম ব্যৱহাৰৰ যাৱতীয় প্রশিক্ষণ অনুষ্ঠিত হয়। প্ৰশিক্ষণত ৮০ গৰাকী প্ৰশিক্ষাৰ্থীক জিলা আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষকে ই ভি এম পৰিচালনাৰ বিভিন্ন দিশ সম্পৰ্কে অৱগত কৰে। মৰিগাঁও জিলাত নিৰ্বাচনৰ বাবে নিয়োজিত ১৫৩ গৰাকী মহিলা ভোটগ্রহণকাৰী বিষয়াৰ প্ৰশিক্ষণ সম্পন্ন হৈছে। জিলাখনত নিৰ্বাচনৰ বাবে নিয়োজিত বিষয়া-কৰ্মচাৰীৰ দ্বিতীয় পৰ্যায...