October 29, 2025 11:37 AM

views 12

উৎসৱৰ বতৰত যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰে’লৱেৰ ১২,০১১খন ৰে’লৰ চলাচল

ভাৰতীয় ৰে'লৱে উৎসৱৰ বতৰত যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশতে ১২ হাজাৰ ১১ খন ৰে'লৰ চলাচল কৰাইছে। ইয়াৰ অংশ হিচাপে উত্তৰ-পূব সীমান্ত ৰে'লৱে ৪৮ খন বিশেষ ৰে'লৰ চলাচল কৰাইছে। এই ৰে’লগাড়ী কেইখনে ডিচেম্বৰলৈকে ৬২০টা যাত্ৰা সম্পন্ন কৰিব। উত্তৰ-পূব সীমান্ত ৰে'লৱে মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই জানিবলৈ দিছে যে, আজিৰে পৰা আৰু সাতটা যাত্ৰাপথত ৰে'লৰ চলাচল কৰোৱা হ'ব। ইয়াৰ ভিতৰত ডিব্ৰুগড়ৰ পৰা গৌড়খপুৰলৈকে সাপ্তাহিক এখন বিশেষ ৰেল চলোৱা হ'ব। এই ৰে’লখনে ডিব্ৰুগড়ৰ পৰা পুৱা ৯ বাজি ১০...