June 6, 2025 7:04 PM
গুৱাহাটী আৰু উত্তৰ লখিমপুৰৰ মাজত জনশতাব্দী এক্সপ্ৰেছ ৰে’লগাড়ীখন সপ্তাহত ৬ দিনকৈ চলাবলৈ অসম ৰে’ল যাত্ৰী সন্থাৰ আহ্বান
ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ৰে'ল যাত্ৰীসকলৰ সুবিধা হোৱাকৈ গুৱাহাটী আৰু উত্তৰ লখিমপুৰৰ মাজত প্ৰৱৰ্তন কৰা দ্বিসাপ্তাহিক জনশতাব্দী এক্সপ্ৰেছ ৰেলগাড়ীখন সপ্তাহত ৬ দিনকৈ চলাবলৈ অসম ৰে'ল যাত্ৰী ...