December 2, 2025 12:13 PM

views 74

গোৱালপাৰাৰ ঐতিহাসিক উৰপদ বিল নামনি অসমৰ অন্যমত পর্যটন স্থলী হিচাপে পৰিগণিত

প্রাকৃতিক সৌন্দৰ্যৰে ভৰা গোৱালপাৰা জিলাৰ ঐতিহাসিক উৰপদ বিল নামনি অসমৰ অন্যমত পর্যটন স্থলী হিচাপে পৰিগণিত হৈছে। শীতকাল নামি অহাৰ লগে লগে উৰপদ বিলত পৰ্যটকৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। পৰ্যটকৰ ভিৰ বৃদ্ধি হোৱাৰ বাবেই বিলখনৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা আৰু জীৱকুলৰ সুৰক্ষা, স্বচ্ছতাৰ দিশলৈ লক্ষ্য ৰাখি উৰপদ বিলত সকলো ধৰণৰ প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰা হৈছে। গোৱালপাৰা জিলা প্রশাসনে নির্দেশনা প্রকাশ কৰি কেতবোৰ বিশেষ ব্যবস্থা গ্রহণ কৰি বিলখনক প্লাষ্টিক মুক্ত অঞ্চল হিচাপে ঘোষণা কৰিছে। প্ৰশাসনৰ এই নির্দেশ...