April 24, 2025 10:35 AM
পর্যটন সেৱা প্রদানকাৰী সকলো প্রতিষ্ঠানকে পর্যটকলৈ সম্ভৱপৰ সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়াবলৈ পৰ্যটন মন্ত্রালয়ৰ আহ্বান
জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত পৰ্যটন মন্ত্রালয়ে পর্যটন সেৱা প্রদানকাৰী সকলো প্রতিষ্ঠানকে পর্যটকসকললৈ সম্ভৱপৰ সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়াবলৈ ...