August 9, 2025 11:54 AM
13
কিছু স্থানীয় কাৰকৰ বাবে সমগ্ৰ দেশতে বিলাহীৰ মূল্য বৃদ্ধি
কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে কৈছে যে কিছু স্থানীয় কাৰকৰ বাবে সমগ্ৰ দেশতে বিলাহীৰ মূল্য বৃদ্ধি হৈছে৷ বিভিন্ন মাধ্যমত প্ৰকাশ হোৱাৰ দৰে চাহিদা-যোগানৰ ভাৰসাম্যহীনতা অথবা উৎপাদন হ্ৰাস হোৱাৰ বাবে বিলাহীৰ মূল্য বৃদ্ধি হোৱা নাই৷ বিভাগে জনোৱা মতে, জুলাইৰ শেষ সপ্তাহৰ পৰা দেশৰ উত্তৰ আৰু উত্তৰ-পশ্চিম অঞ্চলত হোৱা প্ৰবল বৰষুণৰ বাবে দিল্লীত প্ৰতি কিলোগ্ৰাম বিলাহীৰ দাম ৭৩ টকালৈ বৃদ্ধি পাইছে। বিলাহীৰ এনে অভাৱনীয় মূল্য বৃদ্ধিৰ পিছত ভাৰতীয় ৰাষ্ট্ৰীয় সমবায় উপভোক্তা সংস্থাই আজাদ...