November 10, 2025 1:56 PM November 10, 2025 1:56 PM

views 16

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনত ৰাজসাহায্যযুক্ত মচুৰ দাইল, চেনি আৰু নিমখ সুলভ মূল্যত যোগান আঁচনিৰ শুভাৰম্ভ

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনত আজি ৰাজসাহায্যযুক্ত মচুৰ দাইল, চেনি আৰু নিমখ সুলভ মূল্যত যোগান আঁচনিৰ শুভাৰম্ভ কৰা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কেন্দ্রীয়ভাৱে আয়োজিত অনুষ্ঠানত এই আঁচনি উদ্বোধন কৰে। অনুষ্ঠানত খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায় উপস্থিত থাকে। এই আঁচনিৰ অধীনত ৰেচন কাৰ্ডপ্রাপ্ত পৰিয়ালে প্রতি মাহে ৬৯ টকাত মচুৰ দাইল, ৩৮ টকাত চেনি আৰু ১০ টকাত নিমখ ক্রয় কৰিব পাৰিব। এই বিশেষ মূল্য নৱেম্বৰ আৰু ড...