April 27, 2025 7:12 PM
তিৱা জনজাতীয়সকলৰ ব’হাগ বিহুৰ অন্তিম দিনা প্রতীকি যুদ্ধ প্ৰদৰ্শন
তিৱা জনজাতীয় ব'হাগ বিহুৰ আজি অন্তিম দিনা গোভা ৰজা আৰু পশ্চিম নগাঁও ৰজাই সৈন্য-সামন্তৰ সৈতে ঢাল-তৰোৱালেৰে প্রতীকি যুদ্ধত অৱতীৰ্ণ হয়। ৰজাৰ এই প্রতীকি যুদ্ধ উপভোগ কৰিবলৈ অগণন লোকৰ সমাগম হয...