December 12, 2025 7:58 PM

views 18

মৰিগাঁৱত সদৌ তিৱা ছাত্ৰ সন্থা প্ৰতিবাদী সমদল

মৰিগাওঁত আজি সদৌ তিৱা ছাত্ৰ সন্থাই কেইবাটাও দাবীৰ সমৰ্থনত এটা প্ৰতিবাদী সমদল উলিয়ায়। সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত জনজাতীয় বেলট আৰু ব্লকসমূহ সংৰক্ষণৰ বাবে তিৱা ছাত্ৰ সন্থাই চৰকাৰক দাবী জনাইছে। তিৱা স্বায়ত্ত শাসিত পৰিষদীয় চুক্তি অনুসৰি নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত তিৱা স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ছাত্ৰ সন্থাটোৱে দাবী জনায়।