June 29, 2024 8:52 PM

views 22

তিনিচুকীয়া জিলাৰ অধীনৰ উপ-জিলাসমূহৰ গুৰুত্বপূৰ্ণ বিষয় আলোচনাৰ উদ্দেশ্যে জিলা আয়ুক্তৰ কাৰ্যালয়ত বৈঠক

তিনিচুকীয়া জিলাৰ অধীনৰ উপ-জিলাসমূহৰ গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰাৰ উদ্দেশ্যে আজি জিলাখনৰ আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত শ্রমমন্ত্রী সঞ্জয় কিষাণ, বিধায়ক ভাস্কৰ শৰ্মা, ৰূপেশ গোৱালা আৰু জিলাখনৰ আয়ুক্ত স্বপ্নীল পাল উপস্থিত থাকে। উপ-জিলাৰ কাৰ্যকৰীকৰণে জিলাখনৰ প্ৰশাসনিক আৰু আনুষংগিক কামসমূহ সূচল কৰি তুলিব বুলি আশা কৰা হৈছে। মন্ত্ৰী শ্ৰীকিষাণে আজি জিলাসমূহৰ উন্নয়নৰ সৈতে জড়িত বিষয় সন্দৰ্ভত কেতবোৰ দিহা-পৰামৰ্শ আগবঢ়োৱাৰ লগতে জিলা প্ৰশাসনক দায়িত্ব সহকাৰে যাৱতীয় কামসমূহ কৰি যা...