June 11, 2024 8:43 PM

views 25

তিনিচুকীয়াত সম্ভাব্য বান পৰিস্থিতিত অত্যাৱশ্যকীয় সামগ্ৰীৰ যাতে নাটনি নহয় তাৰ বাবে তৎপৰ খাদ্য আৰু অসামৰিক যোগান বিভাগ

সম্ভাব্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তিনিচুকীয়া জিলাত খাদ্য আৰু অসামৰিক যোগান বিভাগে অত্যাৱশ্যকীয় সামগ্ৰীৰ যাতে নাটনি নহয় তাৰ বাবে তৎপৰ হৈ পৰিছে। জিলা আয়ুক্তৰ নিৰ্দেশমৰ্মে কালি এই সন্দৰ্ভত অসামৰিক যোগান বিভাগ, ভাৰতীয় খাদ্য নিগম, ৰে'ল বিভাগ আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বিষয়াসকল, অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীৰ লগত জড়িত ব্যৱসায়ী, ৰন্ধন গেছ বিতৰক আৰু পেট্র’ল পাম্প স্বত্বাধিকাৰীসকলৰ সৈতে এখন গুৰুত্বপূর্ণ সভা অনুষ্ঠিত হয়। সভাত খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ ভাৰপ্ৰাপ্ত উ...