December 6, 2024 8:59 PM December 6, 2024 8:59 PM

views 5

তিনিচুকীয়া-ডিব্ৰুগড়ত জলসম্পদ বিভাগৰ অধীনৰ কাম-কাজৰ বুজ লয় মন্ত্ৰী পীযুষ হাজৰিকাই

জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাই আজি তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত জলসম্পদ বিভাগৰ অধীনত ৰূপায়ণ কৰা বহুকেইটা কাৰ্যসূচী পৰিদৰ্শন কৰাৰ লগতে ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধী কাম-কাজৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে তিনিচুকীয়া জিলাৰ ফেলাই গাঁৱত ব্ৰহ্মপুত্ৰৰ সোঁতে ছিঙি নিয়া মথাউৰিৰ পুনৰ নিৰ্মিত প্রায় দুই কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰিছোৱা পৰিদৰ্শন কৰে। তেওঁ লগতে জিলাখনৰ বৰগুড়ি তিনিআলিত নিৰ্মাণৰত জলসম্পদ বিভাগৰ তিনিচুকীয়া সংমণ্ডৰ কাৰ্যালয়ৰ কাম পৰিদৰ্শন কৰি আন্তঃগাঁথনিৰ বুজ লয়। শ্ৰী হাজৰিকাই শদিয়াৰ চপাখোৱাত ...