October 8, 2025 11:47 AM October 8, 2025 11:47 AM

views 29

তিনিচুকীয়া জিলাত সুসজ্জ্বিত আৱৰ্ত ভৱন উদ্বোধন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি তিনিচুকীয়া জিলাত এটা সুসজ্জ্বিত আৱৰ্ত ভৱন উদ্বোধন কৰে । জিলাখনৰ গেলাপুখুৰী বাইপাছৰ সন্মিলন কক্ষৰ চৌহদত নিৰ্মাণ কৰা এই আৱৰ্ত ভৱনটোৱে ৰাইজক উপকৃত কৰিব বুলি উল্লেখ কৰে। এই কাৰ্যসূচীত মন্ত্ৰী বিমল বৰা, ৰূপেশ গোৱালা, সাংসদ ৰামেশ্বৰ তেলীৰ লগতে কেইবাগৰাকীও বিধায়ক, মৰাণ স্বায়ত্ত শাসিত পৰিষদৰ পাৰিষদবর্গ আৰু কেইবাগৰাকীও দলীয় নেতা উপস্থিত আছিল। তেওঁ কালি সন্ধিয়া জিলাখনৰ বীৰ ৰাঘৱ মৰাণ ইনড’ৰ ষ্টেডিয়াম আৰু জ্ঞানকোষ আৱাসিক বিদ্যালয় পৰিদৰ্শন কৰে। তেওঁ এই ভ্রমণকালত...