December 25, 2024 7:49 PM
গুৱাহাটী-উত্তৰ গুৱাহাটীৰ নিৰ্মীয়মান দলঙৰ সমীপত বাঘৰ আক্ৰমণত এজন যুৱক আহত
গুৱাহাটী-উত্তৰ গুৱাহাটীৰ নিৰ্মীয়মান দলঙৰ সমীপত আজি পুৱা বাঘৰ আক্ৰমণত এজন যুৱক গুৰুতৰভাবে আহত হয়। সম্প্রতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত চিকিৎসাধীন হৈ থকা যুৱকজন ভৰলুমুখৰ ...