September 17, 2025 8:30 PM

views 13

সেৱা পৰ্ব উপলক্ষে ডী ডী নেচনেল আৰু ডী ডী নিউজৰ বাবে বিশেষ কাৰ্য্যসূচী মুকলি

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীত সেৱা পৰ্ব উপলক্ষে আয়োজিত এটা অনুষ্ঠানত ডী ডী নেচনেল আৰু ডী ডী নিউজৰ বাবে এলানি বিশেষ কাৰ্য্যসূচী মুকলি কৰে। ইয়াৰ ভিতৰত সংকল্প কী শক্তি, সুশাসন কা সামর্থ্য, বিশ্ব মঞ্চ পৰ নেতৃত্ব কা শংখনাদ আৰু কৰ্মযোগীঃ এক অন্তহীন যাত্রা শীর্ষক ৩ খন তথ্যচিত্ৰ আছে। তদুপৰি, মেৰা গাঁও আজ শীৰ্ষক এটা বিশেষ অনুষ্ঠানো মুকলি কৰা হয়। এই বিগত ১১ বছৰত দেশৰ গাঁওসমূহৰ ৰূপান্তৰৰ কাহিনী দেখুওৱা হ'ব। অনুষ্ঠানত শ্রীবৈষ্ণৱে কয়, যে ভাৰতে বিশ্বত এটা নতুন পৰিচ...