July 17, 2024 6:22 PM

views 21

ওমানৰ উপকূলৱৰ্তী অঞ্চলত তেল পৰিবাহী জাহাজ বুৰ যোৱাত ১৩গৰাকী ভাৰতীয়সহ ১৬গৰাকী নাৱিক সন্ধানহীন

ওমানৰ উপকূলৱৰ্তী অঞ্চলত এখন তেল পৰিবাহী জাহাজ বুৰ যোৱাৰ ফলত ১৩ গৰাকী ভাৰতীয় আৰু ৩ গৰাকী শ্ৰীলংকাৰ নাগৰিককে ধৰি জাহাজখনত থকা মুঠ ১৬ গৰাকী নাৱিকৰ কেউগৰাকীয়েই সন্ধানহীন হৈ আছে। যোৱা ১৫ জুলাইত সংঘটিত এই দুর্ঘটনাটোৰ বিষয়ে দেশখনৰ কৰ্তৃপক্ষই কালি বাতৰি প্ৰকাশ কৰিছে। ওমানৰ সমুদ্রপথৰ সুৰক্ষা কেন্দ্ৰই প্ৰকাশ কৰা মতে প্রেষ্টিজ ফেল্কন নামৰ এই জাহাজখন ওমানৰ ঔদ্যোগিক বন্দৰ ডুমৰ কাষৰীয়া এলেকাত বুৰ যায়। এই বাতৰি যুগুতোৱাৰ পৰলৈ জাহাজখন অক্ষত অৱস্থাত আছে নে ইয়াৰ পৰা তেলৰ নিৰ্গমণ হৈছে সেই বিষয়ে দেশখনৰ কৰ্তৃ...