April 10, 2025 10:16 AM

views 10

চীনৰ বাহিৰে আন সকলো দেশৰ বাবে আমেৰিকাৰ প্রতিশুল্ক ব্যৱস্থা ৯০ দিনৰ বাবে বন্ধ ঘোষণা ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ

এটা উল্লেখযোগ্য ঘটনাক্ৰমত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে চীনৰ বাহিৰে আন সকলো দেশৰ বাবে প্রতিশুল্ক ব্যৱস্থা ৯০ দিনৰ বাবে বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে। সামাজিক মাধ্যম যোগে শ্রীট্রাম্পে কয়, যে তেওঁ শুল্ক পৰিকল্পনাৰ অংশ হিচাপে ৯০ দিনৰ স্থগিতকৰণত অনুমোদন জনাইছে। অৱশ্যে চীনৰ বাবে শুল্কৰ হাৰ ততালিকে কাৰ্যকৰী হোৱাকৈ ১২৫ শতাংশলৈ বৃদ্ধি কৰা হৈছে। শ্ৰীট্টাম্পে কয়, যে চীনত বিশ্ব বজাৰৰ প্ৰতি সন্মানৰ অভাৱৰ পৰিপ্ৰেক্ষিতত তেওঁ দেশখনৰ ক্ষেত্ৰত প্ৰযোজ্য শুল্ক বৃদ্ধি কৰাৰ সিদ্ধান্ত ল'বলগীয়া হৈছে। শ্ৰীট্টাম্প...