April 6, 2025 12:29 PM

views 15

অসম-অৰুণাচল প্ৰদেশৰ সীমা বিবাদ বৰ্তমান ব্যৱস্থাৰ অধীনত সম্পূৰ্ণৰূপে সমাধান কৰা হ’বঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসম আৰু অৰুণাচল প্ৰদেশৰ সীমা বিবাদ বৰ্তমান ব্যৱস্থাৰ অধীনত সম্পূৰ্ণৰূপে সমাধান কৰা হ'ব। অৰুণাচল প্ৰদেশৰ আলোত আয়োজিত ৫৯ সংখ্যক মপিন উৎসৱত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি এইদৰে মন্তব্য কৰে। ২০২৬ চনত ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী পালন কৰা হ’ব বুলি ঘোষণা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে ড° ভূপেন হাজৰিকাৰ অৰুণাচল প্ৰদেশৰ প্ৰতি থকা আন্তৰিকতাৰ বাবে অসম চৰকাৰে অৰুণাচলতো এই শতবার্ষিকী পালন কৰিবলৈ ইচ্ছুক। এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্রী পেমা খাণ্ডুৰ প...