September 27, 2024 1:06 PM

views 31

গুৱাহাটীৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত আজিৰ পৰা ১৮ অক্টোবৰলৈ আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী বাণিজ্য মেলা

গুৱাহাটীৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত আজিৰ পৰা অহা ১৮ অক্টোবৰলৈ আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী বাণিজ্য মেলা অনুষ্ঠিত হৈছে। উত্তৰ-পূব ভাৰতৰ আটাইতকৈ বৃহৎ আৰু পুৰণি বাণিজ্যিক প্রদর্শনী হিচাপে পৰিগণিত হোৱা এই মেলাত এইবাৰ থাইলেণ্ড, তুৰস্ক, আফগানিস্তান, ডুবাই, কোৰিয়া আৰু বাংলাদেশকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ২০০খন বিপণীয়ে অংশগ্ৰহণ কৰিছে। ৩০ ছেপ্তেম্বৰৰ সন্ধিয়া ক্রিকেট কণ্ট্ৰ’ল  ব’ৰ্ডৰ যুটীয়া সম্পাদক দেৱজিৎ শ‍ইকীয়া, অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত, বিশিষ্ট কাৰ্ডিঅ'লজিষ্ট ডা...