November 26, 2025 8:22 PM November 26, 2025 8:22 PM
13
ভাৰত আৰু ভেনিজুৱেলাই বাণিজ্যকে ধৰি বিভিন্ন গুৰুত্বপূর্ণ খণ্ডত সহযোগিতা শক্তিশালী কৰাৰ বাবে সন্মতি প্ৰকাশ কৰিছে
ভাৰত আৰু ভেনিজুৱেলাই বাণিজ্য, স্বাস্থ্য আৰু ভেষজ, ডিজিটেল প্রযুক্তি, কৃষি আৰু উন্নয়ন অংশীদাৰিত্বকে ধৰি বিভিন্ন গুৰুত্বপূর্ণ খণ্ডত সহযোগিতা শক্তিশালী কৰাৰ বাবে সন্মত হৈছে। নতুন দিল্লীত অনুষ্ঠিত ভাৰত-ভেনিজুবেলা, বৈদেশিক কাৰ্যালয়ৰ পৰামৰ্শৰ পঞ্চমখন বৈঠকত আজি দুয়োখন দেশে এই ক্ষেত্ৰত সন্মতি প্রকাশ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পূবৰ সচিব পি কুমাৰণ আৰু ভেনিজুৱেলাৰ বৈদেশিক পৰিক্ৰমা উপ-মন্ত্রী টাটিয়ানা যোচেফিনা পুগ ম'ৰেন'ৱে এই বৈঠকত সহঅধ্যক্ষতা কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে কয় যে দুয়োখন দেশে পাৰস্পৰ...