October 21, 2024 7:25 PM October 21, 2024 7:25 PM

views 3

জাপানীজ এনচেফেলাইটিছৰ প্ৰাপ্তবয়স্ক টীকাকৰণ অভিযানৰ বাবে শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত সভা

জাপানীজ এনচেফেলাইটিছৰ প্ৰাপ্তবয়স্ক টীকাকৰণ অভিযানৰ বাবে আজি শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা কর্মবাহিনীৰ এখন সভা অনুষ্ঠিত হয়। সভাখন মুকলি কৰি স্বাস্থ্য বিভাগৰ অতিৰিক্ত জিলা আয়ুক্তই সকলো অংশীদাৰক আদৰণি জনায়। সভাত চলিত বৰ্ষৰ ১৫ নৱেম্বৰত আৰম্ভ কৰিবলগীয়া টীকাকৰণ অভিযানত প্রাপ্ত বয়স্ক সকলো ব্যক্তিকে সামৰি লোৱাৰ প্ৰয়োজনীয় কৌশলসমূহৰ বিষয়ে আলোচনা কৰা হয়। স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকে এই অভিযানৰ বিষয়ে অৱগত কৰি কয় যে অসমৰ চাৰিখন জিলাক জাপানীজ এনচেফেলাইটিছ টীকাকৰণ অভিযানৰ আওতাত সামৰি ...