May 8, 2024 8:02 PM

views 31

আজি সমগ্ৰ বিশ্বতে থেলাছেমিয়া দিৱস উদযাপন

থেলাছেমিয়া ৰোগৰ বিষয়ে জনসাধাৰণক সজাগ আৰু সতৰ্ক কৰাৰ উদ্দেশ্যে আজি সমগ্ৰ বিশ্বতে থেলাছেমিয়া দিৱস উদযাপন থেলাছেমিয়া ৰোগৰ বিষয়ে জনসাধাৰণক সজাগ আৰু সতৰ্ক কৰাৰ উদ্দেশ্যে আজি সমগ্ৰ বিশ্বতে থেলাছেমিয়া দিৱস উদযাপন কৰা হৈছে। প্ৰতিবছৰে ৮ মে'ৰ দিনটোত এই দিৱস পালন কৰি অহা হৈছে। জিনীয় বিসঙ্গতিৰ বাবে তেজৰ লোহিত ৰক্তকণিকাৰ উৎপাদন কমি যোৱা এই ৰোগ সন্দৰ্ভত বিশ্বজুৰি সজাগতা সৃষ্টিৰ উপৰি এনে ৰোগীৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সম্পৰ্কে অৱগত কৰোৱাৰ বাবে এই দিৱস পালন কৰা হয়। এইবাৰৰ এই দিৱসৰ শ্ল’গান হ’ল ...