July 3, 2024 1:09 PM July 3, 2024 1:09 PM

views 11

থেলাচেমিয়া ৰোগত আক্ৰান্ত লোকসকলৰ বাবে অসম চৰকাৰৰ ৩টা বিষয়ত গুৰুত্ব আৰোপ

অসম চৰকাৰে থেলাচেমিয়া ৰোগত আক্ৰান্ত লোকসকলক সকাহ দিয়াৰ বাবে ২০২২ চনত গ্ৰহণ কৰা কাৰ্যসূচীৰ অধীনত সম্প্ৰতি ৩টা প্রধান বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াৰ অধীনত প্ৰতি মাহে প্রয়োজনীয় ৰক্ত উপলব্ধ কৰাৰ উপৰি ১৪ বছৰৰ তলৰ থেলাচেমিয়া ৰোগীৰ অভিভাৱকক বিত্তীয় সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। এনে ৰোগীৰ অভিভাৱকক শিশুটিৰ ১৪ বছৰ নোহোৱা পৰ্যন্ত প্ৰতি বছৰে ১০ হাজাৰ টকাকৈ প্ৰদানৰ দিহা কৰা হৈছে। ইয়াৰ ফলত ৬৩৩টা পৰিয়াল সম্প্ৰতি উপকৃত হৈছে। তদুপৰি সুৰক্ষিত ৰক্ত সঞ্চাৰণৰ বাবে সংৰক্ষিত বিচনাৰো ব্যৱস্থা কৰিবলৈ ৰ...