July 1, 2025 7:41 PM July 1, 2025 7:41 PM
9
থাইলেণ্ডৰ প্রধানমন্ত্ৰীজনক নিলম্বন থাইলেণ্ডৰ সাংবিধানিক আদালতৰ
কম্বোদিয়াৰ প্ৰাক্তন প্রধানমন্ত্রী হুন শ্বায়েনৰ সৈতে থাইলেণ্ডৰ প্ৰধানমন্ত্রী পেটঙথান চিনোৱাথৰ সৈতে ফোনযোগে হোৱা কথা বতৰাৰ এটা ফোনকল লিক হোৱাৰ পাছতে থাইলেণ্ডৰ সাংবিধানিক আদালতে থাইলেণ্ডৰ প্রধানমন্ত্ৰীজনক নিলম্বন কৰে। সংবিধানৰ অন্তৰ্গত নৈতিক মানদণ্ডৰ অৱমাননা তথা অসৎ উপায় অৱলম্বন কৰাৰ অভিযোগত ৩৬ জন চিনেটৰে আগবঢ়োৱা আবেদনৰ ভিত্তিত প্রধানমন্ত্রী পেটঙথান চিনোৱাথক নিলম্বন কৰা হৈছে। সীমান্ত সম্পৰ্কীয় ৰাজনৈতিকভাৱে সংবেদনশীল এটা বিষয়ত পূৰ্বৰ কম্বোদিয়ান নেতাজনৰ সৈতে হোৱা কথা বতৰাৰ সৈতে এই আবেদন জৰিত হ...