June 4, 2025 11:35 AM

views 11

থাইলেণ্ডৰ পাথুম থানিৰ থাম্মাছাট ষ্টেডিয়ামত আজি ভাৰত-থাইলেণ্ডৰ ফিফা আন্তঃৰাষ্ট্ৰীয় বন্ধুত্বপূর্ণ খেল

থাইলেণ্ডৰ পাথুম থানিৰ থাম্মাছাট ষ্টেডিয়ামত আজি সন্ধিয়া ভাৰত আৰু থাইলেণ্ডৰ মাজত এখন ফিফা আন্তঃৰাষ্ট্ৰীয় বন্ধুত্বপূর্ণ খেল অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৬ বজাত আৰম্ভ হ'ব। সম্প্রতি ১২৭ সংখ্যক স্থানত থকা ভাৰতে এ এফ চি এছিয়ান কাপ ছৌদি আৰৱীয়া ২০২৭ কোৱালিফায়াৰৰ ফাইনেল ৰাউণ্ডৰ বাবে প্রস্তুতি হিচাপে আজিৰ খেলখন গুৰুত্ব সহকাৰে লৈছে। ইপিনে কালি বেংগালুৰুত অনুষ্ঠিত ভাৰত আৰু উজবেকিস্তানৰ মাজৰ অন্তিমখন ফিফা মহিলাৰ আন্তঃৰাষ্ট্ৰীয় বন্ধুত্বপূর্ণ খেলত ভাৰতীয় দলটো ০-১ৰ ব্যৱধানত পৰাস্ত হয়...