December 8, 2025 11:36 AM December 8, 2025 11:36 AM
11
তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচার্য শম্ভুনাথ সিঙক উপাচাৰ্যৰ দায়িত্বৰ পৰা অব্যাহতি
তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচার্য শম্ভুনাথ সিঙৰ বিৰুদ্ধে উত্থাপিত হোৱা অনিয়মৰ পৰিপ্ৰেক্ষিতত কালি কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা বিভাগে তেওঁক প্ৰশাসনিক কাম-কাজৰ পৰা কিছুদিনৰ বাবে অব্যাহতি দিয়ে। উপাচাৰ্যজনৰ বিৰুদ্ধে উত্থাপিত দুর্নীতি অনিয়মৰ অভিযোগসমূহৰ বুজ ল'বলৈ বিশ্ববিদ্যালয়খনত উপস্থিত হোৱা কেন্দ্রীয় শিক্ষা বিভাগৰ উচ্চ পৰ্যায়ৰ দলটোৱে ভাৰপ্ৰাপ্ত উপাচার্য অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্য আৰু ছাত্ৰ-ছাত্ৰীৰ প্রতিনিধিসহ ঐক্যমঞ্চৰ বিষয়ববীয়াসকলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। কেন্দ্ৰীয় শিক্ষা বিভাগৰ সচিব আৰু ব...