July 26, 2024 12:07 PM

views 25

তেজপুৰ মহিলা সমিতিৰ বাৰ্ষিক অধিৱেশন আৰু প্ৰাক্তন সভানেত্ৰী প্ৰয়াত মীনা আগৰৱালাৰ জন্ম শতবার্ষিকী উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ

তেজপুৰ মহিলা সমিতি বাৰ্ষিক অধিৱেশন আৰু সমিতিৰখনৰ প্ৰয়াত প্ৰাক্তন সভানেত্ৰী তথা নাৰী সৱলীকৰণৰ অন্যতম নেত্রী মীনা আগৰৱালাৰ জন্ম শতবার্ষিকী উপলক্ষে কালি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই উপলক্ষে মীনা আগৰৱালা স্মৃতি ভৱনত পুৱা প্ৰয়াত আগৰৱালাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ পাছতে তেজপুৰ জিলা মহিলা সমিতিৰ উদ্যোগত মীনা আগৰৱালাৰ কৰ্মময় জীৱনৰ বিষয়ে এখন প্ৰদৰ্শনী মুকলি কৰা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজিত বক্তৃতা অনুষ্ঠানত অংশগ্ৰহণ কৰি সাহিত্য অকাডেমী যুৱ বঁটাপ্ৰাপক অধ্যাপক অৰিন্দম বৰকটকীয়ে...