November 27, 2025 8:47 PM

views 20

টেক্স ৰেমছ ষ্টার্ট আপ আঁচনিসমূহত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

কেন্দ্ৰীয় চৰকাৰে বস্তু উদ্যোগৰ সৈতে জড়িত গৱেষণা, মূল্যায়ণ, নিৰীক্ষণ, পৰিকল্পনা আৰু টেক্স ৰেমছ ষ্টার্ট আপ আঁচনিসমূহত অনুমোদন জনাইছে। কেন্দ্রীয় বস্ত্র মন্ত্রী গিৰিৰাজ সিঙে কয়, যে এই টেক্স ৰেমছ স্টার্ট আপ আঁচনিসমূহে গৱেষণা, তথ্য আৰু বিভিন্ন উদ্ভাবনীমূলক পদক্ষেপৰ জৰিয়তে ভাৰতৰ বস্তু উদ্যোগক সৱল কৰাৰ চেষ্টা কৰিছে। মন্ত্ৰীগৰাকীয়ে লগতে কয়, যে এই আঁচনিসমূহে সবল নেতৃত্বৰ জৰিয়তে ভাৰতক আন্তর্জাতিক প্রেক্ষাপটত বহনক্ষম, উন্নত প্রযুক্তি আৰু প্ৰবল প্রতিযোগিতাৰে আগবাঢ়ি যাবলৈ উৎসাহ যোগাব। মন্ত্ৰীগৰাকীয়ে জানিবলৈ দ...