September 28, 2024 8:18 PM September 28, 2024 8:18 PM

views 11

দেশৰ হস্ততাঁত আৰু হস্তশিল্পৰ সামগ্ৰীসমূহৰ ৰপ্তানিৰ ক্ষেত্ৰত ৬০ হাজাৰ কোটি টকাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছেঃ কেন্দ্ৰীয় মন্ত্ৰী গিৰীৰাজ সিঙ

কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰীৰাজ সিঙে কৈছে যে, তেওঁৰ বিভাগে দেশৰ হস্ততাঁত আৰু হস্তশিল্পৰ সামগ্ৰীসমূহৰ ৰপ্তানিৰ ক্ষেত্ৰত ৬০ হাজাৰ কোটি টকাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। হস্ততাঁত আৰু হস্তশিল্পৰ সামগ্ৰীসমূহৰ ৰপ্তানি মূল্য বৰ্তমান ৪৫ হাজাৰ কোটি টকা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এই সংখ্যাটো প্ৰচাৰ, আৰ্থিক সাহায্য আৰু প্ৰশিক্ষণৰ জৰিয়তে বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তা আছে বুলি মন্তব্য কৰে। আজি বিহাৰৰ পাটনাৰ উপেন্দ্ৰ মহাৰথী শিল্প সংস্থানত হস্তশিল্পৰ বাবে ৰপ্তানি প্ৰচাৰ পৰিষদৰ প্ৰথমটো কাৰ্যালয় মুকলি কৰি মন্ত্ৰী...