January 8, 2026 7:35 PM January 8, 2026 7:35 PM
4
এন ডি এ চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নত অগ্ৰাধিকাৰ দিছে বুলি গিৰিৰাজ সিঙৰ প্রকাশ
বৰ্তমানৰ এন ডি এ চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নত অগ্ৰাধিকাৰ দিছে বুলি কেন্দ্ৰীয় বস্ত্ৰমন্ত্রী গিৰিৰাজ সিঙে প্রকাশ কৰিছে। গুৱাহাটীত আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত ৰাষ্ট্ৰীয় বস্ত্ৰ সম্মিলনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্রহণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অটল বিহাৰী বাজপেয়ীয়ে ড'নাৰ মন্ত্ৰালয়ৰ পৰিকল্পনা কৰিছিল আৰু বৰ্তমান চৰকাৰে তৃণমূল পর্যায়ত উন্নয়নৰ সপোন বাস্তৱায়িত কৰাৰ বাবে কাম কৰি আছে। সম্প্রতি উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে প্রায় ৬ লাখ কোটি টকা বিনিয়োগ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ত...