September 19, 2024 8:40 PM

views 18

বাংলাদেশৰ বিৰুদ্ধে টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথম মেচৰ প্ৰথম ইনিংছত ভাৰতৰ ৬টা উইকেট হেৰুৱাই ৩৩৯ ৰান সংগ্ৰহ

ভাৰতে আজি বাংগালুৰুৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত দুখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলৰ প্ৰথম দিনৰ খেলৰ সামৰণিৰ পৰলৈকে প্ৰথম ইনিংছত ৬টা উইকেট হেৰুৱাই ৩৩৯ ৰান সংগ্ৰহ কৰে। দিনান্তত ৰবিচন্দ্রন অশ্বিনে ১০২ ৰান আৰু ৰবীন্দ্ৰ জাদেজাই ৮৬ ৰান কৰি খেলি আছিল। টেষ্ট ক্রিক্রেটৰ ইতিহাসত ৰবিচন্দ্রন অশ্বিনৰ এয়া ষষ্ঠটো শতক। ভাৰতৰ হৈ প্ৰথমটো ইনিংছত যশস্বী জয়ছোৱালে ৫৬ আৰু ঋষভ পণ্টে ৩৯ ৰানৰ বৰঙণি আগবঢ়ায়। বাংলাদেশৰ হাছান মেহমুদে চাৰিটা উইকেট লাভ কৰে। বাংলাদেশে টছত জিকি প্রথমে ফিল্...