May 6, 2025 8:19 PM May 6, 2025 8:19 PM

views 3

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকত পেহেলগাম সন্ত্রাসবাদী আক্রমণক লৈ পাকিস্তানক প্ৰশ্ন উত্থাপন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে এখন ৰুদ্ধদ্বাৰ বৈঠকত পেহেলগাম সন্ত্রাসবাদী আক্রমণক লৈ পাকিস্তানক প্ৰশ্ন কৰিছে। ভাৰত আৰু পাকিস্তানৰ মাজৰ বৰ্ধিত উত্তেজনাৰ মাজত অনুষ্ঠিত এই বৈঠকত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ কেইবাখনো সদস্য ৰাষ্ট্ৰই পাকিস্তানক সমালোচনা কৰে আৰু এই আক্ৰমণক পাকিস্তানস্থিত লস্কৰ এ তৈয়বাৰ ভূমিকাক লৈ উদ্বেগ প্রকাশ কৰিছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অধ্যক্ষ ইৱেগেলোছ ছেকেৰিছে বৈঠকখন ফলপ্রসূ বুলি প্ৰকাশ কৰিছে। তেওঁ লগতে শান্তিৰ প্ৰতি সমৰ্থন আৰু উত্তেজনা হ্ৰাস কৰাৰ ক্ষেত্ৰত পৰিষদৰ ভূমিকাৰ বিষয...