May 12, 2025 11:17 AM

views 12

পাকিস্তানত ৯টা সন্ত্ৰাসবাদীৰ ঘাটিত চলোৱা আক্ৰমণত ১০০জনৰো অধিক সন্ত্ৰাসবাদী নিহত হৈছে : ৰাজীৱ ঘাই

শেহতীয়াকৈ ভাৰতে পাকিস্তান তথা পাক অধিকৃত জম্মু-কাশ্মীৰ ৯টা সন্ত্ৰাসবাদীৰ ঘাটিত চলোৱা আক্ৰমণত ১০০ জনৰো অধিক সন্ত্ৰাসবাদী নিহত হৈছে আৰু এই আক্ৰমণত নিহতৰ তালিকাত ইউছুফ আজাহাৰ, আব্দুল মালিক ৰৌফ আৰু মুদাচ্ছিৰ আহমেদৰ দৰে দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীও আছে। ভাৰতৰ সামৰিক অভিযানৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাইয়ে কালি অপাৰেচন সিন্দূৰ সন্দৰ্ভত নতুন দিল্লীত আয়োজিত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। তেওঁ মন্তব্য কৰে যে সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদীৰ আন্তঃগাঁথনিক ধ্বংস কৰাৰ উদ্দেশে ভাৰতে অপাৰেচন সিন্দুৰ ...