February 14, 2025 12:12 PM

views 9

টেন্সপাৰেন্সি ইণ্টাৰনেচনেল সংস্থাৰ প্ৰতিবেদনত পাকিস্তানক বিশ্বৰ দুৰ্নীতিগ্ৰস্ত দেশসমূহৰ ভিতৰত অন্যতম বুলি প্ৰকাশ

টেন্সপাৰেন্সি ইণ্টাৰনেচনেল নামৰ এটা সংস্থাৰ প্ৰতিবেদনত পাকিস্তানক বিশ্বৰ দুৰ্নীতিগ্ৰস্ত দেশসমূহৰ ভিতৰত অন্যতম বুলি কোৱা হৈছে। পাকিস্তানত সকলো চৰকাৰী খণ্ড, ন্যায়পালিকা আৰু সমাজত এই বিভীষিকা শিপাই থকা বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। এই সপ্তাহৰ আগভাগত প্ৰকাশ কৰা এই প্রতিবেদন অনুসৰি পাকিস্তান দুর্নীতি সচেতনতা সূচাংকত ১৮০ খন দেশৰ ভিতৰত ১৩৫ সংখ্যক স্থানত আছে। উল্লেখযোগ্য যে, পাকিস্তানৰ নিৰ্বাচন আয়োগে ২০২২ চনত প্ৰাক্তন প্রধানমন্ত্ৰী ইমৰাণ খানক সাংসদ পদৰ বাবে অযোগ্য ঘোষণা কৰিছিল আৰু দুৰ্নীতিত লিপ্ত থ...