May 29, 2024 6:43 PM May 29, 2024 6:43 PM

views 16

২ জুনত তেলেংগানা ৰাজ্য গঠন দিৱস উদযাপন

অহা ২ জুনত পৃথক তেলেংগানা ৰাজ্য গঠনৰ এটা দশক সম্পূৰ্ণ হ'ব। এই উপলক্ষে ৰাজ্যকনৰ চৰকাৰ আৰু প্ৰধান ৰাজনৈতিক দলসমূহে আড়ম্বৰপূৰ্ণভাৱে তেলেংগানা ৰাজ্য গঠন দিৱস উদযাপনৰ আয়োজন কৰিছে। ২০১৪ চনৰ ২ জুনত অন্ধ্ৰ প্ৰদেশ পুনর্গঠন আইনৰ অধীনত পৃথক তেলেংগানা ৰাজ্য গঠন হৈছিল। ৰাজ্যখনৰ দশম বর্ষপূর্তি পালনৰ বাবে চেকেন্দ্ৰাবাদ পেৰেড গ্রাউণ্ডত বিশাল জনসভাত আয়োজন কৰা হৈছে। এই সভাত কংগ্ৰেছৰ জ্যেষ্ঠ নেত্রী ছোনিয়া গান্ধী উপস্থিত থাকিব। অনুষ্ঠানৰ আয়োজন অভিলাষী ৰূপত কৰিবলৈ ৰাজ্যখনৰ মুখ্য সচিব শান্তি কুমাৰীয়ে সংশ্লিষ্ট ...