November 26, 2025 11:53 AM

views 46

তেলেংগানাত তিনিটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচনৰ সূচী ঘোষণা ৰাজ্যিক নিৰ্বাচন আয়োগৰ

তেলেংগানা ৰাজ্যিক নিৰ্বাচন আয়োগে অহা মাহৰ ১১, ১৪ আৰু ১৭ তাৰিখে তিনিটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচনৰ সূচী ঘোষণা কৰিছে। প্ৰতিটো পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনাই ভোটগণনা কৰা হ'ব বুলি আয়োগে জানিবলৈ দিছে। কালি সন্ধিয়া সংবাদমাধ্যমৰ আগত ৰাজ্যিক নির্বাচন আয়ুক্ত ৰাণী কুমুদিনীয়ে কয়, যে কাইলৈৰ পৰা নিৰ্বাচনৰ কাম-কাজ আৰম্ভ কৰা হ'ব। ৰাজ্যখনত ৩১ খন জিলাত ১২ হাজাৰ ৭২৮ সৰপঞ্চ বা গাঁওবুঢ়াৰ আসন আৰু ১ লাখ ১২ হাজাৰ ২৪২টা ৱাৰ্ড পদ আছে। প্রথম পৰ্যায়ত ৪ হাজাৰ ২৩৬, দ্বিতীয় পৰ্যায়ত ৪ হাজাৰ ৩৩৩ আৰু তৃতীয় পৰ্যায়ত ৪ হাজাৰ...