September 29, 2024 8:41 PM

views 14

তেলেংগানাৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্রী উদয়নিধি ষ্টেলিনৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত

তেলেংগানাৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্রী উদয়নিধি ষ্টেলিনে আজি ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব। ৰাজভৱনত হ'বলগীয়া এটা অনুষ্ঠানত ৰাজ্যপাল আৰ এন ৰবিয়ে শ্ৰী উদয়নিধিক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱাব। আনহাতে ছেথিল বালাজীয়ে দ্বিতীয় বাৰৰ বাবে মন্ত্ৰী হিচাপে শপত ল'ব। ড০ গোভী ছেহজিয়ান, আৰ ৰাজেন্দ্ৰন আৰু এছ এম নাছাৰক মন্ত্রীসভাত অন্তৰ্ভুক্ত কৰা হ'ব। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ দায়িত্ব উপমুখ্যমন্ত্ৰীক দিয়া হৈছে। উল্লেখযোগ্য যে এইবাৰ দ্বিতীয় বাৰৰ বাবে ৰ...