June 26, 2025 8:33 PM

views 16

তেলেংগানাত কাইলৈৰ পৰা ৰাষ্ট্ৰীয় এলীট মহিলা বক্সিং প্রতিযোগিতা

অলিম্পিক পদক জয়ী লাভলীনা বৰগোঁহাই, বিশ্ব চেম্পিয়ন নিখাত জাৰিন আৰু প্ৰাক্তন বিশ্ব যুৱ চেম্পিয়ন অংকুশিতা বড়োসহ দেশৰ শীৰ্ষ বক্সাৰৰ অংশগ্ৰহণেৰে কাইলৈৰ পৰা তেলেংগানাত ৰাষ্ট্ৰীয় এলীট মহিলা বক্সিং প্রতিযোগিতা অনুষ্ঠিত হ'ব। ভাৰতীয় বক্সিং ফেডাৰেচন আৰু তেলেংগানাৰ ক্ৰীড়া প্ৰাধিকৰণৰ তত্ত্বাৱধানত তথা তেলেংগানা বক্সিং ফেডাৰেচনৰ উদ্যোগত হ'বলগীয়া এই প্ৰতিযোগিতাখনত অসমৰ দুগৰাকী বক্সাৰ লাভলীনা আৰু অংকুশিতাই অসমৰ পৰিৱৰ্তে টপ আঁচনিৰ তৰফৰ পৰাহে অংশগ্ৰহণ কৰিছে। প্ৰতিযোগিতাখনত ছাই আৰু টপসহ মুঠ ১৫টা দলে অংশগ্ৰহ...