November 8, 2025 12:22 PM

views 35

নিম্ন আৰু উচ্চ প্রাথমিক বিদ্যালয়ৰ ৫,৫৫০টা শিক্ষক পদৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা

প্রাথমিক শিক্ষা সঞ্চালকালয়ে কালি নিম্ন আৰু উচ্চ প্রাথমিক বিদ্যালয়ত খালী হৈ থকা ৫ হাজাৰ ৫৫০টা শিক্ষক পদৰ নিযুক্তি পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা কৰে। উচ্চ প্রাথমিক শিক্ষক পদত এহেজাৰ ২৯৯ গৰাকী আৰু নিম্ন প্রাথমিক শিক্ষক পদত দুহেজাৰ ৯৮০ গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হৈছে। বিভিন্ন কাৰণত প্রায় ২ বছৰ এই শিক্ষক নিযুক্তি প্ৰক্ৰিয়া বন্ধ হৈ আছিল যদিও চলিত বৰ্ষৰ মাৰ্চৰ পৰা পুনৰ অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ বাছনি প্ৰক্ৰিয়া আৰম্ভ হয়। উত্তীর্ণ প্ৰাৰ্থীসকলক কাইলৈ নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। ইপিনে স্নাতক আৰু স্নাতকোত্তৰ ...