December 27, 2025 12:27 PM

views 30

যক্ষ্মামুক্ত ভাৰত গঢ়াৰ বাবে সকলোৱে একগোট হৈ কাম কৰিবলৈ আহ্বান মন্ত্ৰী জে পি নাড্ডাৰ

২০২৭ চনৰ ভিতৰত যক্ষ্মামুক্ত ভাৰত গঢ়াৰ বাবে সকলোৱে একগোট হৈ কাম কৰিব লাগিব। নতুন দিল্লীত মধ্যপ্ৰদেশ আৰু চণ্ডীশগড়ৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জগত প্ৰকাশ নাড্ডাই এইদৰে প্ৰকাশ কৰে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে দৰৱ নিয়ন্ত্ৰণ আৰু দৰৱৰ যোগান শৃংখলত গুৰুত্ব আৰোপ কৰে। দুয়োখন ৰাজ্যকে যোগান শৃংখল শক্তিশালী কৰি বিনামূলীয়া দৰৱৰ লগতে বিনামূলীয়া ৰোগ নিৰ্ণয়ৰ বাবে আঁচনি গ্ৰহণ কৰিবলৈও আহ্বান জনায়। তেওঁ ৰোগ নিৰ্ণয় স্বাস্থ্যসেৱাৰ মেৰুদণ্ড বুলি উল্লেখ কৰি প্ৰাথমিক, মাধ্যমিক আৰু ...