August 10, 2025 12:00 PM
অসম সন্তান ড° মুকুট গোহাঁইৰ যক্ষ্মা ৰোগৰ ঔষধৰ সহজলভ্য প্ৰযুক্তি উদ্ভাৱনৰ বাবে ৰাষ্ট্ৰসংঘৰ অধীনৰ ইউনিটাইড সংস্থাৰ বিশেষ বঁটা লাভ
অসম সন্তান ড° মুকুট গোহাঁইয়ে যক্ষ্মা ৰোগৰ ঔষধৰ সহজলভ্য প্ৰযুক্তি উদ্ভাৱনৰ বাবে ৰাষ্ট্ৰসংঘৰ অধীনৰ ইউনিটাইড সংস্থাটোৰ বিশেষ বঁটা লাভ কৰিছে। এই বঁটাৰ অংশ হিচাপে গৱেষণাৰ বাবে প্ৰয়োজনীয় অ...