August 3, 2024 8:50 PM August 3, 2024 8:50 PM
9
জাগীৰোডত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু টাটা ছনছৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰনৰ উপস্থিতিত ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমিপূজন
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু টাটা ছনছৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰনৰ উপস্থিতিত আজি জাগীৰোডত অসমৰ প্ৰথমটো ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমিপূজন কৰা হয়। অসমক বিশ্বৰ অৰ্ধপৰিবাহী উদ্যোগৰ মূল হোতাৰূপে প্রতিষ্ঠা কৰাত এই উদ্যোগে বিশেষ ভূমিকা ল'ব বুলি আশা কৰা হৈছে। আজি জাগীৰোডত প্ৰকল্পটোৰ ভূমিপূজন অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড০ শৰ্মাই আজিৰ দিনটো অসম তথা উত্তৰ-পূব ভাৰতৰ বাবে প্রযুক্তিগত বিকাশৰ পথত এটা উল্লেখযোগ্য দিন বুলি অভিহিত কৰে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উদ্যোগত টাটা গ্রুপে আৰম্ভ কৰা ...