June 7, 2025 10:13 AM

views 45

ভাৰতৰ টাটা এডভান্সড চিষ্টেমছ লিমিটেড আৰু ফ্ৰান্সৰ এৰোস্পেচ কোম্পানী ডাছ এভিয়েচনৰ সৈতে চাৰিখন চুক্তিত স্বাক্ষৰ

ভাৰতৰ টাটা এডভান্সড চিষ্টেমছ লিমিটেডে ফ্ৰান্সৰ এৰোস্পেচ কোম্পানী ডাছ এভিয়েচনৰ সৈতে ভাৰতত ৰাফেল যুদ্ধ বিমানৰ ফিউজ'লাজ অংশ যৌথভাৱে নিৰ্মাণৰ বাবে চাৰিখন চুক্তিত স্বাক্ষৰ কৰিছে। ফ্ৰান্সৰ বাহিৰত প্ৰথমবাৰৰ বাবে এই জটিল উৎপাদন কৰিবলৈ লোৱা হৈছে। দেশৰ মহাকাশ উৎপাদন ক্ষমতা শক্তিশালী কৰাৰ লগতে বিশ্বব্যাপী যোগান শৃংখলক সহায় কৰাৰ ক্ষেত্ৰত ই এক উল্লেখযোগ্য পদক্ষেপ হিচাপে পৰিগণিত হৈছে। প্ৰতিষ্ঠান দুটাই যুটীয়া প্ৰেছ বিজ্ঞপ্তিযোগে জনাইছে যে, এই পদক্ষেপে ভাৰতৰ মহাকাশ আন্তঃগাঁথনিত উল্লেখযোগ্য বিনিয়োগক প্রতিনিধ...