October 10, 2024 5:22 PM October 10, 2024 5:22 PM
3
প্রসিদ্ধ উদ্যোগপতি তথা লোকহিতৈষী ৰতন টাটাৰ প্ৰতি শেষ শ্রদ্ধা জনোৱাৰ উদ্দেশ্যে অগণন লোকৰ সমাগম
মুম্বাইৰ পৰিৱেশ্য কলাৰ ৰাষ্ট্ৰীয় কেন্দ্ৰ এন চি পি এ-ত প্রসিদ্ধ উদ্যোগপতি তথা লোকহিতৈষী ৰতন টাটাৰ প্ৰতি শেষ শ্রদ্ধা জনোৱাৰ উদ্দেশ্যে অগণন লোকৰ সমাগম ঘটিছে। মুম্বাইৰ এখন এখন ব্যক্তিগত হাস্পতালত কালি ৮৬ বছৰ বয়সত ৰতন টাটাই শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ মৃতদেহ এন চি পি এ-ৰ চৌহদত বিয়লি চাৰে চাৰি বজালৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে ৰখা হ'ব। আজি সন্ধিয়া ৱৰ্লিত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ'ব। এই উদ্দেশ্যে অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰ...