October 19, 2025 7:25 PM

views 34

বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন প্রতিযোগিতাৰ ছোৱালীৰ ফাইনেলত ভাৰতৰ তনভি শৰ্মাৰ পৰাজয়

ভাৰতৰ তনভি শৰ্মা আজি গুৱাহাটীত অনুষ্ঠিত বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন প্রতিযোগিতাৰ ছোৱালীৰ ফাইনেলত থাইলেণ্ডৰ অন্যাপট ফিছিতফোনৰ বিৰুদ্ধে পৰাজয় বৰণ কৰি ৰূপৰ পদক লাভ কৰিছে। তনভিয়ে ফাইনেলত ৭–১৫, ১২-১৫ গেমত পৰাজিত হয়। ১৬ বছৰীয়া তনভি বিশ্বৰ জুনিয়ৰ বেডমিণ্টন প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰা দেশৰ পঞ্চমগৰাকী খেলুৱৈ। ইয়াৰ পূৰ্বে অপর্ণা পোপটে ১৯৯৬, চাইনা নেহৱালে ২০০৬ আৰু ২০০৮, চিৰিল বাৰ্মাই ২০১৫ আৰু শংকৰ মুথুস্বামীয়ে ২০২২ চনত এই প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছিল। উল্লেখযোগ্য যে ভাৰতে ইতিমধ্যে...