September 30, 2024 12:00 PM September 30, 2024 12:00 PM
5
তামিলনাডুৰ মাছমৰীয়াক শ্ৰীলংকাৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ পৰা ৰক্ষাৰ বাবে বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰক অনুৰোধ
তামিলনাডুৰ মুখ্যমন্ত্রী এম কে ষ্টেলিনে বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰক ৰাজ্যখনৰ মাছমৰীয়াসকলক শ্ৰীলংকাৰ কৰ্তৃপক্ষৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ পৰা ৰক্ষা কৰা তথা ইতিমধ্যে গ্ৰেপ্তাৰ হৈ থকা মাছমৰীয়াসকলক তেওঁলোকৰ মাছ মৰা নাওসহ মুকলি কৰি দিয়াৰ বাবে শক্তিশালী আৰু সক্ৰিয় কূটনৈতিক ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনাইছে। মন্ত্ৰীগৰাকীলৈ লিখা এখন পত্ৰত তেওঁ শ্ৰীলংকাৰ নৌবাহিনীয়ে কালি নেডুনথীভুৰ সমীপত নিৰ্দিষ্ট পঞ্জীয়ন নম্বৰ থকা দুখন নাওসহ ১৭ গৰাকী মাছমৰীয়াক গ্ৰেপ্তাৰ কৰাৰ বিষয়টো উল্লেখ কৰে। তেওঁ লগতে কয় যে, পৰহি ...