October 18, 2024 11:35 AM

views 14

বলীউড অভিনেত্রী তামান্না ভাটিয়াক অনলাইন বেটিং এপৰ প্ৰচাৰৰ গোচৰত গুৱাহাটীৰ বিধি বলৱৎকাৰী সঞ্চাকালয়ত জেৰা

বলীউড তথা দক্ষিণৰ চলচ্চিত্র অভিনেত্রী তামান্না ভাটিয়াই কালি অনলাইন বেটিং এপৰ প্ৰচাৰৰ সৈতে জড়িত এটা গোচৰ সম্পৰ্কত কালি মুম্বাইৰ পৰা আহি গুৱাহাটীৰ বিধি বলৱৎকাৰী সঞ্চাকালয়ৰ তদন্তকাৰী দলৰ আগত হাজিৰ হৈছে। প্ৰাপ্ত তথ্য অনুসৰি অভিনেত্রী তামান্নাই অবৈধভাৱে চলা এটা ক্ৰিকেটৰ অনলাইন জুৱা এপৰ বাবে প্ৰচাৰ চলাইছিল। অভিনেত্ৰীগৰাকীক পূৰ্বেও বিধি বলৱৎকাৰী সঞ্চাকালয়ে কেইবাবাৰো চমন দিছিল। কিন্তু মহাৰাষ্ট্ৰৰ ই ডি কার্যালয়ৰ পৰা জাৰি কৰা পূর্বব চমন তামান্নাই আওকান কৰিছিল। মহাৰাষ্ট্ৰৰ গোচৰতে তামান্নাক গুৱাহাটীত স...