June 8, 2025 12:55 PM

views 16

টাইৱান অপেন এথলেটিকছত অসমৰ অম্লান বৰগোহাঁইৰ ৪০০ মিটাৰ ৰীলেত সোণৰ পদক জয়

টাইৱানত অনুষ্ঠিত টাইৱান অপেন এথলেটিকছত অসমৰ অম্লান বৰগোহাঁইয়ে ৪০০ মিটাৰ ৰীলেত সোণৰ পদক জয় কৰিছে। প্ৰতিযোগিতাৰ প্ৰথম দিনটোত ভাৰতে অংশ লোৱা আটাইকেইটা শিতানতে সোণৰ পদক জয় কৰে। পূজাই কালি মহিলাৰ ১৫ মিটাৰ দৌৰত দেশৰ হকে প্ৰথমটো সোণৰ পদক অৰ্জন কৰে। আব্দুল্লা আবু বাকেৰে পুৰুষৰ ত্ৰিপল জাম্পত ১৬ দশমিক ২-১ মিটাৰ দূৰত্বলৈ জঁপিয়াই সোণৰ পদক লাভ কৰে। একেদৰে জ্যোতি য়াৰাজিয়ে মহিলাৰ এশ মিটাৰ হাৰ্ডলছত আৰু তেজাশ শিৰ্ছে পুৰুষৰ ১১০ মিটাৰ হাৰ্ডলছত সোণৰ পদক অৰ্জন কৰে। ভাৰতে মহিলাৰ এশ মিটাৰ ৰীলে দৌৰত আনটো সোণৰ পদক...